অসমশীৰ্ষ

জাগীৰোডৰ ৩৭নং ঘাইপথত উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক, প্ৰথম খবৰ: জাগীৰোডৰ ৩৭নং ঘাইপথত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ৷ শতাধিক কাগজ কল কৰ্মচাৰীয়ে তেওঁলোকৰ বিভিন্ন দাবী উত্থাপন কৰি আজি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰথমতে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় যদিও পিছত কৰ্মচাৰীসকলে বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰাত আৰক্ষীয়ে এই প্ৰতিবাদকাৰীসকলক আটক কৰে আৰু প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক খণ্ডযুদ্ধৰ সৃষ্টি হয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close