অসমশীৰ্ষ

ডিব্ৰুগড় চাউলখোৱাত নৃশংস হত্যাকাণ্ড

নিউজ ডেস্ক, প্ৰথম খবৰ: ডিব্ৰুগড়ৰ চাউলখোৱাত আজি সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। মিণ্টু আলী নামৰ এজন লোকে নৃশংসভাৱে হত্যা কৰে ছেলিম আলী নামৰ এজন লোকক৷ ইফালে এই হত্যাকাণ্ড সংঘটিত কৰা অভিযুক্ত হত্যাকাৰী মিণ্টু আলী সম্প্ৰতি পলাতক অৱস্থাত আছে যদিও মিণ্টু আলীক বিচাৰি বৰ্তমান অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close