শীৰ্ষৰাষ্ট্ৰীয়

তেলেংগানাত ভয়ানক বাছ দুৰ্ঘটনা, নিহতৰ সংখ্যা ৫৭ লৈ বৃদ্ধি

নেচনেল ডেস্ক, প্ৰথম খবৰ: তেলেংগানাৰ কন্দাগাট্টুত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা৷ তেলেংগানাৰ কন্দাগাট্টু নামৰ ঠাইত ৰাজ্যিক পৰিবহণ নিগমৰ এখন তীৰ্থযাত্ৰী ভৰ্তি বাছ ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাত বৰ্তমানলৈকে ৫৭ জন যাত্ৰী নিহত হোৱাৰ বিপৰীতে আহত হৈছে ৩২ জনকৈ যাত্ৰী৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close