Uncategorizedঅসমশীৰ্ষ

দিছপুৰত বাঙালী যৌথ সমন্বয় সমিতি অসমৰ প্ৰতিবাদ

নিউজ ডেস্ক, প্ৰথম খবৰ: এন আৰ চি সন্দৰ্ভত বিভিন্ন দাবী হাতত লৈ আজি দিছপুৰত ১৪টা বাঙালী জাতীয় সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ৷ এন আৰ চিৰ ওপৰত বিভিন্ন প্লে’কাৰ্ড প্ৰদৰ্শন কৰি এক গণ অৱস্থান কাৰ্যসূচীও ৰূপায়ণ কৰে উক্ত সংগঠনকেইটাই৷ আজিৰ এই প্ৰতিবাদস্থলীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে আদি কৰি শিলাদিত্য দেৱ, গণেশ লিম্বু, অশোক সিংহল, দীপক কুমাৰ ৰাভা, দেৱব্ৰত শইকীয়া, ৰূপজ্যোতি কুৰ্মী, ৰকিবুল হুছেইনৰ লগতে বহুকেইজন নেতা-কৰ্মী৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close