অসমশীৰ্ষ

দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতিয়ে আজি দুধনৈত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাভা-হাছং আৰু ট্ৰাইবেল এণ্ড ব্লকছ এলেকাধীন গাঁওসমূহ আসাম ষ্টেট কেপিটেল ৰিজিয়ন ডেভলপমেণ্ট অথৰিটি এক্ট’ ২০১৭ ৰ পৰা কৰ্তন কৰাৰ দাবীত উক্ত যৌথ সংগঠনটিয়ে এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দুধনৈৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close