অসমশীৰ্ষ

ধুবুৰীৰ উপায়ুক্ত কাৰ্যালয়ত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

নিউজ ডেস্ক, প্ৰথম খবৰ: ক্ৰমাত ৰাজ্যজুৰি অব্যাহত আছে মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ। নায্য দৰমহাৰ দাবীত আজি ধুবুৰী জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সন্থাটোয়ে। উক্ত বিষয় সন্দৰ্ভত সন্থাটোৱে আজি প্ৰতিবাদ আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close