অসমশীৰ্ষ

ধুবুৰীৰ পানবাৰীত ড্ৰাগছ সৰবৰাহকাৰী আটক

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি ধুবুৰীৰ পানবাৰীত আটক হয় এজন ড্ৰাগছ সৰবৰাহকাৰী৷ ‍বি এছ এফৰ চোৰাংচোৱা বাহিনীৰ অভিযানত ড্ৰাগছসহ আটক হয় আশৰাফ খান নামৰ ড্ৰাগছ সৰবৰাহকাৰীজন৷ জব্দকৃত এই ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৪ লাখ টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close