অসমশীৰ্ষ

পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে মোদী চৰকাৰৰ পতন ঘটাব’- অখিল গগৈ

বান্দৰডুবি ঘটনা সন্দৰ্ভত অখিল গগৈক নিৰ্দোষী ঘোষণা

নিউজ ডেস্ক, প্ৰথম খবৰ: বান্দৰডুবি ঘটনা সন্দৰ্ভত নগাঁও অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে আজি অখিল গগৈক নিৰ্দোষী ঘোষণা কৰে৷ ৩০৭ আৰু ৩৩৩ ধাৰাত অখিলক নিৰ্দোষী ঘোষণা কৰে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে৷ এই ঘোষণাৰ পিছতে ‘চৰকাৰে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল কিন্তু ষড়যন্ত্ৰ বিফল হ’ল’ বুলি উল্লেখ কৰে কৃষক নেতাগৰাকীয়ে। অগপক মিত্ৰজোঁটৰ পৰা ওলাই অহাৰ আহ্বান জনাই ‘পিয়াঁজৰ মূল্যই বাজপেয়ী চৰকাৰৰ পতন ঘটাইছিল বুলি উল্লেখ কৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে মোদী চৰকাৰৰ পতন ঘটাব’ বুলি আজি নগাঁওত মন্তব্য কৰে অখিল গগৈয়ে৷

Related Articles

Leave a Reply

Close