অসমশীৰ্ষ

প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক কল্পনা লাজমীৰ দেহাৱসান

নিউজ ডেস্ক, প্ৰথম খবৰ: দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভুগি থকাৰ পিছত দেওবাৰে পুৱতি নিশা ৪.৩০ বজাত মুম্বাইৰ কোকিলাবেন হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে কল্পনা লাজমীয়ে৷ তিনি বছৰ ধৰি চিকিৎসালয়ত চিকিৎসাৰ বাবে অহা যোৱা কৰি থকা প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক কল্পনা লাজমীৰ মত্যুৰ সময়ত বয়স আছিল ৬৪ বছৰ৷ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন সংগী আছিল কল্পনা লাজমী৷

Related Articles

Leave a Reply

Close