অসমশীৰ্ষ

বঙাইগাঁৱত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰিলে আধাৰশিলা

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি বঙাইগাঁৱৰ সন্যাসী পাহাৰত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সহযোগ আগবঢ়ায় শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যকে আদি কৰি চন্দন ব্ৰহ্ম আৰু ফণীভূষণ চৌধুৰীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close