অসমশীৰ্ষ

মুণ্ডন কৰি অষ্টম দিনৰ প্ৰতিবাদত GVK আৰু EMRI কৰ্মী

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি অষ্টম দিনত ভৰি দিলে ১০৮ আৰু ১০২ কৰ্মচাৰীৰ প্ৰতিবাদী আন্দোলনে। অষ্টম দিনৰ প্ৰতিবাদত আজি মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে GVK আৰু EMRI কৰ্মচাৰীসকলে৷ বকেয়া ধন প্ৰদানৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ বিৰুদ্ধে ল’ৰা-ধেমালি কৰাৰ
অভিযাগ উত্থাপন কৰি এইসকল কৰ্মচাৰীয়ে দাবী উত্থাপন কৰে যে ২০১৭ চনৰ পৰা অনাদায় হৈ থকা ১৯ মাহৰ বকেয়া তেওঁলোকক অতি সোণকালে আদায় দিব লাগে আৰু এওঁলোকৰ কৰ্মসময় ১২ ঘণ্টাৰ সলনি ৮ ঘণ্টা কৰিব লাগে৷

Related Articles

Leave a Reply

Close