অসমশীৰ্ষ

শ্বাহ নৱাজ আলমক পুনৰ ৮ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

নিউজ ডেস্ক, প্ৰথম খবৰ: বিগত ৬ টা দিন আৰক্ষীৰ জিম্মাত কটোৱাৰ পিছত আজি পুনৰ ৮ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় জেহাদী শ্বাহ নৱাজ আলমক। উল্লেখ্য যে ৬ দিনৰ জিম্মা অন্ত পৰাত আজি তেওঁক আদালতত হাজিৰ কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে পুনৰ বৃদ্ধি কৰা হয় আৰক্ষীৰ জিম্মাৰ দিন৷

Related Articles

Leave a Reply

Close