শীৰ্ষৰাষ্ট্ৰীয়

হিমাচল প্ৰদেশত বানৰ সংহাৰী ৰূপ

নেচনেল ডেস্ক, প্ৰথম খবৰ: প্ৰকৃতিৰ কড়াল গ্ৰাসত হিমাচল প্ৰদেশ৷ শনিবাৰৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হিমাচল প্ৰদেশত বানে লৈছে সংহাৰী ৰূপ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰি যোৱাৰ লগতে জলপ্ৰলয় হৈ পৰিছে হিমাচলৰ বিভিন্ন অঞ্চল৷ এই প্ৰলয়ংকাৰী বানত উটি-ভাহি গৈছে বাছ-ট্ৰাকৰ লগতে বিভিন্ন সৰু-বৰ বাহন৷ এই বানৰ বাবে হিমাচল প্ৰদেশৰ ৮খনকৈ জিলাত ৰেড এলাৰ্ড জাৰী কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়-মহাবিদ্যালয়সমূহো৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close