অসমশীৰ্ষ

হোজাইৰ মৰিয়ম আজমল ৱমেন অফ আৰ্টছ কলেজত অগ্নিকাণ্ড

অগ্নিকাণ্ডত ভষ্মীভূত কলেজ

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি পুৱতি নিশা হোজাইৰ মৰিয়ম আজমল ৱমেন অফ আৰ্টছ কলেজত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড৷ এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় কলেজখন। শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি ধাৰণা কৰে একাংশই৷ উক্ত ঘটনাৰ পিছত ঘটনাস্থলীত ৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ এই জুই নিৰ্বাপন কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close