অসমশীৰ্ষ

১৩৪খন হাস্পাতালত ৩২টা পৰীক্ষা বিনামূলীয়া হ’ব- স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, প্ৰথম খবৰ: শেহতীয়াকৈ ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বৃহস্পতিবাৰে কলাক্ষেত্ৰত এক বিনামূলীয়া লেবৰেটৰী সেৱা মুকলি কৰি ৰাজ্যৰ ৯৪৬খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগীয়ে ১৯বিধ পৰীক্ষা বিনামূলীয়াকৈ কৰিব পাৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷ আনহাতে ১৩৪খন হাস্পতালত ৩২টা পৰীক্ষা বিনামূলীয়া হোৱাৰ কথাও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close