অসমশীৰ্ষ

গুৱাহাটীত আজিৰ পৰা আই এচ এলৰ আৰম্ভণি

স্পোৰ্টচ ডেস্ক, প্ৰথম খবৰ: আজিৰে পৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আৰম্ভ হ’ব আই এচ এলৰ মহাৰণ৷ FC গোৱাৰ বিৰুদ্ধে আজি মুখামুখি হ’ব NEUFC। উল্লেখ্য যে NEUFC দলটোত এইবাৰ নতুন খেলুৱৈৰ সংযোজন ঘটা বাবে NEUFCত ক্ৰীড়াপ্ৰেমীয়ে এইবাৰ দেখা নাপাব অসমৰ এজনো খেলুৱৈক। আজিৰ খেলখনকে ধৰি সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ISLৰ মূঠ ছখনকৈ খেল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close