শীৰ্ষৰাষ্ট্ৰীয়

ব্যাপক আয়োজনেৰে কাণপুৰত ৰাৱনৰ পূজা

নিউজ ডেস্ক, প্ৰথম খবৰ: যি সময়ত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত দুৰ্গা পূজাৰ উলহ-মালহ দেখা গৈছে সেই সময়তে কাণপুৰত দেখা আন এক ছবি। ৰাৱণ মন্দিৰত দেখা গৈছে ভক্তৰ ভিৰ। ৰাৱন মন্দিৰৰ পুৰোহিতৰ মতে, প্ৰতি বছৰে দশেৰাৰ সময়ত এদিনৰ বাবে ৰাৱন মন্দিৰৰ দুৱাৰ খোলা হয় আৰু এই দিনটোকে ৰাৱনৰ জন্ম দিন তথা মৃত্যু দিন বুলি ধৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close