অসমশীৰ্ষ

শিৱসাগৰত নিজ পুত্ৰই জ্বলাই দিলে মাতৃক

নিউজ ডেস্ক, প্ৰথম খবৰ: শিৱসাগৰত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা৷ শিৱসাগৰৰ সমীপৰ টেক্সী মঠাদাঙত এগৰাকী কুলাংগাৰ পুত্ৰই জ্বলাই দিছে নিজ জন্মদাত্ৰী মাতৃক৷ নিশা সুৰাৰ ৰাগীত মাতাল হৈ ক্ষিৰোদ হাজৰিকা নামৰ লোকজনে যোগদা হাজৰিকা নামৰ মাতৃগৰাকীক কেৰাচিন ঢালি জ্বলাই দিয়াত বৰ্তমান ৯০% অগ্নিদগ্ধ অৱস্থাত ডিব্ৰুগড়ৰ এ এম চিত মৃত্যুৰে যুজি আছে যোগদা হাজৰিকা নামৰ মাতৃগৰাকীয়ে৷ ইফালে এই ঘটনা সংঘটিত কৰা অভিযুক্ত ক্ষিৰোদ হাজৰিকাক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close