Uncategorizedঅসমশীৰ্ষ

সদনত কমালাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

নিউজ ডেস্ক, প্ৰথম খবৰ: বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি ষষ্ঠ দিনাখন সদনত কমালাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ উল্লেখ্য যে ডি ভোটাৰক লৈ সদনত আলোচনা চলি থকাৰ মাজত আৰু পেট্ৰ’-পণ্যৰ মূল্যৰ কথা ওলোৱাৰ সময়তে কমালাক্ষ দে পুৰকায়স্থক আঙুলি দেখুৱাই কথা নক’বলৈ আহ্বান জনাই ক্ষুণ্ন হৈ পৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close