শীৰ্ষৰাষ্ট্ৰীয়

সীমান্তত আৰক্ষী-উগ্ৰপন্থীৰ সংঘৰ্ষ, নিহত ২

নিউজ ডেস্ক, প্ৰথম খবৰ: জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী অঞ্চলত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয়। বাৰামুলা অঞ্চলত ক্ৰালহাৰত সংঘটিত হোৱা আৰক্ষী-উগ্ৰপন্থীৰ গুলীয়াগুলীৰ ঘটনাত দুটা উগ্ৰপন্থী নিহত হয়। নিহত উগ্ৰপন্থীদ্বয়ৰপৰা একে-২০১ এছল্ট ৰাইফল, দুটা চাইনিজ পিষ্টল আৰু কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close