অসম

ওৰাঙত দুই গভাইত চুৰ অাটক

প্ৰথম খবৰ,গোপাল নাথ, ওৰাঙ :- যোৱ ১২ ডিচেম্বৰ সন্ধিয়া গোপন সুএৰ পম খেদি ওৰাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গগন চন্দ্ৰ ডেকাৰ নেতৃত্বত অসামৰিক পোচাকত যোৱা অাৰক্ষীৰ দলে ওৰাং থানাৰ অন্তৰ্গত পাচঅলীৰ পৰা খেদি খেদি দুজন গভাইত চুৰক অাটক কৰিবলৈ সক্ষম হয়। অাৰক্ষীয়ে চুৰ দুজনৰ পৰা এটা চুৰি লেপটপ সহ এচ ১২এন ০০৬৯ নং চুৰি স্কুটী উদ্ধাৰ কৰে। জানিব পৰা মতে চুৰ দুটা ২নং ওদালগুৰি জংঘল গাওৰ কিতাৱ অালিৰ পুএ ইয়া হিয়া অালি অাৰু ঢেকীয়াজুলি থানাৰ অন্তৰ্গত ৰাক্ষস মাৰিৰ মজিবুৰ ৰহমান।

Tags

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close