অসম

লামডিংত বৃদ্ধ মহিলা সন্ধানহীন

প্ৰথম খবৰ লামডিং :- ১৩ ডিচেম্বৰৰ পৰা সন্ধানহীন লামডিং লোক কণীৰ দুই সন্তানৰ মাতৃ ৫৫ বছৰীয়া মহিলা দিপালি ৰাণী সৰকাৰ। যোৱা ১৩ ডিচেম্বৰত পৰা দিপালি ৰাণী সৰকাৰৰ স্বামীৰ লগত ঘৰত কাজিয়া হৈছিল ,ইয়াৰ পিছৰ পৰা নিৰুদ্দেশ হৈ পৰে পত্নী দিপালি ৰাণী সৰকাৰ। পৰিয়ালৰ লোকে সকলো আত্মীয়ৰ ঘৰত খোজ খবৰ লোৱাৰ পিছত ও বৰ্তমানলৈকে কোন শুং সূত্ৰ লাভ কৰা নাই মহিলা গৰাকীৰ। অৱশেষত লামডিং আৰক্ষী থানাত এজাহাৰ দিয়ে। নিজ মাতৃৰ সন্ধান নাপাই অসহায় হৈ পৰে দুই সন্তানও। যদি কোনো ব্যক্তি মহিলা গৰাকীৰ সন্ধান লাভ কৰে লামডিং আৰক্ষী অথবা পৰিয়ালৰ লোকৰ লগত 7002555458 নম্বৰত যোগাযোগ কৰাৰ বাবে পৰিয়ালৰ লোকৰ অনুৰোধ।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close