অসমশীৰ্ষৰাজ্যৰ খবৰ

আছুক শেষ কৰিব খুজিছে বিজেপিয়ে- গগৈ


ষ্টাফ ৰিপ’ৰ্টাৰ, প্ৰথম খবৰ:
আছুক শেষ কৰিব খুজিছে বিজেপিয়ে৷ এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ৷ শনিবাৰে গুৱাহাটীৰ চাংসাৰিত মোদীয়ে এখন নাটক মঞ্চস্থ কৰা বুলি অভিযোগ অনা তৰুণ গগৈয়ে সাংবাদিকক কয়- আন্দোলন কেতিয়াও স্তিমিত নহয় আৰু জোৰদাৰ হব৷ আনহাতে, দলীয় সভাত চৰকাৰী ধন খৰছ কৰি কু- কীৰ্তি ৰচাৰো গুৰুতৰ অভিযোগ আনি গগৈৰ চৰকাৰক কটাক্ষ- নিবনুৱাৰ বাবে চৰকাৰখনে একো কৰা নাই৷ আনহাতে, সংবাদ মাধ্যমক সমালোচনা কৰা বিষয়টোক লৈ চৰকাৰে প্ৰতিবাদ দমনৰ বাবে উদ্যোগ লোৱাৰো গুৰুতৰ অভিযোগ আনে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে৷ সংবাদমেলখনত মন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাকো ক্ষুৰধাৰ সমালোচনা কৰে গগৈয়ে৷

Related Articles

Leave a Reply

Close