আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

আবু ধাবিত গৃহীত হিন্দী ভাষা

নতুন দিল্লী: আবু ধাবিৰ ন্যায়িক কামকাজ এতিয়াৰে পৰা হিন্দী ভাষাতো হ’ব। দেশখনৰ প্ৰশাসনে এই কথা ঘোষণা কৰিছে।

আবু ধাবিয়ে হিন্দী ভাষা গৃহীত কৰাৰ পাছত অৱধাৰিতভাৱে আনন্দ দেখা পোৱা গৈছে ভাৰতীয় মূলৰ ব্যক্তিসকলৰ মাজত।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সুষমা স্বৰাজে এক টুইট যোগে এই ঘোষণাক লৈ আনন্দ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close