অসমবিনোদনৰাজ্যৰ খবৰ

কাইলৈ টিভি চেনেল বিচাৰি প্ৰতিবাদ হ’ব এআইডিচিত

প্ৰথম খবৰ
প্ৰথম খবৰ
প্ৰথম খবৰ ব্যুৰ’:
দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত সোমবাৰে পুৱা বজাত প্ৰডিউচাৰ কাউন্সিলে ৰাজ্যত ডিডি অসম ছেটেলাইট চেনেল মুকলিৰ দাবীৰে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিব৷দেশৰ অন্যান্য ৰাজ্যত সুকীয়া চেনেল ইতিমধ্যে প্ৰতিষ্ঠা কৰাৰ পিছতো ৰাজ্যত DD Assamৰ সেৱা আৰম্ভ নকৰাত ক্ষোভিত প্ৰযোজকসকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লোৱা বুলি জনাইছে সংগঠনটোৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দত্তই৷ ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে অৰুণপ্ৰভা চেনেল মুকলি কৰিছে যদিও ডিডি আছামৰ বাবে কোনো পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ পৰিছে প্ৰযোজকসকল৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close