অসমশীৰ্ষ

জনজাতিকৰণৰ দাবীত আদিবাসী ছাত্ৰ সন্থাৰ ১২ ঘণ্টীয়া অসম বন্ধ

শালবাৰীৰ কুঠৰীঝাৰ আৰু আওঁহাটাত টায়াৰ জ্বলাই বন্ধ সমৰ্থন

প্ৰথম খবৰ, শালবাৰী:

অসমৰ আদিবাসী লোকসকলক জনজাতিকৰণৰ দাবীত আজি ৰাতিপুৱাৰপৰা ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই৷ বন্ধৰ সমৰ্থকসকলে ৰাতিপুৱা বাক্সাৰ শালবাৰীৰ কুঠৰীঝাৰ আৰু শালবাৰী-মানাহ সংযোগী পথৰ আওঁহাটাত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷বন্ধৰ সমৰ্থকসকলে ন’ এছ টি ন’ ৰেষ্ট, উই ওৱাণ্ট এছ টি, আমাক জনজাতিকৰণ লাগিবই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে ৷

Related Articles

Leave a Reply

Close