অসমশীৰ্ষ

ঢেকীয়াজুলিত মন্ত্ৰী হিমন্তবিশ্বক ক’লা পতাকা

ঢেকীয়াজুলি, ২ ফেব্ৰুৱাৰীঃ

তেজপুৰত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক অভিৱৰ্তনত অংশ ল’বলৈ যোৱা মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাক পুনৰ ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ঢেকীয়াজুলি আছু তথা যুৱ ছাত্ৰ পৰিষদে। ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰি আছু আৰু যুৱছাত্ৰৰ সমৰ্থকসকলে মন্ত্ৰী হিমন্তবিশ্ববিৰোধী শ্লোগান দি মন্ত্ৰীৰ কনভয়ক উদ্দেশ্য কৰি ক’লা পতাকা প্ৰদৰ্শন কৰে। আনপিনে, ঢেকীয়াজুলি, মিছামাৰীত ক’লা পতাকা প্ৰদৰ্শন কৰিলেও তেজপুৰত উপস্থিত হৈয়ে এখন খোলা জীপত উঠি বিজেপিৰ সমৰ্থকসকলৰ সৈতে এক ৰোড শ্ব’ত অংশ লয় মন্ত্ৰী ডঃ শৰ্মাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close