অসমশীৰ্ষ

দিল্লীত ৰাহুল গান্ধীৰ বাসগৃহত আছু, নেছ’, ৭০ সংগঠনৰ নেতৃত্ব

নতুন দিল্লী, ৪ ফেব্ৰুৱাৰীঃ নতুন দিল্লীৰ ৰাহুল গান্ধীৰ ১২ টুঘলক ৰোডত থকা বাসগৃহত উপস্থিত হৈ নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ বাবে আহ্বান জনাইছে সাক্ষাত্‍ কৰিছে কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে। আছু, নেছ’ৰ হৈ ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ৭০ সংগঠনৰ হৈ অখিল গগৈ, পলাশ চাংমাইৰ উপৰিও বুদ্ধিজীৱি ডঃ হীৰেন গোহাই, হাইদৰ হুছেইন আদিয়ে পৃথকে সাক্ষাত্‍ কৰিছে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে এই সাক্ষাতৰ পিছতে ৰাজ্যসভাৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছে বিৰোধিতা কৰি যাব বুলি স্পষ্ট কৰি দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close