অসমশীৰ্ষ

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা: উজনি অসমত বন্ধৰ প্ৰভাৱ

প্ৰথম খবৰ ব্যুৰ’: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে টাই আহোম যুৱ পৰিষদে প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ দিনটোতে আহ্বান জনাইছিল অসম বন্ধৰ৷ বন্ধৰ এই সময়চোৱাত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাৰ বেছিভাগ প্ৰান্ততে সৰ্বাত্মক বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে৷ গোলাঘাট, যোৰহাট জিলাৰো বহু ঠাইত বন্ধ হৈ পৰিছে দোকান পোহাৰ৷ মূলত: পুৱাই বন্ধৰ সমৰ্থকসকলে ৰাজপথ অৱৰোধ কৰাত বন্ধৰ প্ৰভাৱ আৰম্ভ হয়৷ ইপিনে, এই বন্ধৰ প্ৰতি সমৰ্থন আছিল কেইবাটাও অন্য দল সংগঠনৰো৷

Related Articles

Leave a Reply

Close