অসম

নাগৰিকত্ব বিধেয়ক ৰাজ্যসভাত গৃহিত নোহোৱাৰ উল্লাসত ওৰাঙত যুৱ ছাএ পৰিষদৰ উল্লাস

গোপাল নাথ ওৰংঃ- অাজি সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া কৰা নাগৰিকত্ব বিধয়ক খন গৃহিত নোহোৱাৰ উল্ল্লাসত ওৰাংত যুৱ ছাএ পৰিষদৰ মুষ্টিমেয় সদস্যই বিজয় উৎসৱ পালন কৰে। নয়ণ জ্যতি ডেকাৰ নেতৃত্বত কেইবা গৰাকী যুৱকে জাতীয় নায়ক গ’বেক সৰ্ববা গ বেক ধ্বনীৰ লগতও কেইবা গচি বন্তী প্ৰৰজলন কৰে অাৰু ১৫ নং ৰাষ্টীয় ঘাই পথ অৱৰোধ কৰি ঘাইপথৰ মাজত ফটকা অাদি ফুটাই বিজয় উল্লাস পালন কৰে।

Related Articles

Leave a Reply

Close