Uncategorizedশীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বন্দী পাইলটক মুক্ত কৰি দিয়াৰ আহ্বান পাক লেখিকাৰ

ইছলামাবাদ: পাকিস্তানৰ হাতত বন্দী হোৱা ভাৰতীয় বায়ু সেনাৰ পাইলটক মুকলি কৰি দিয়াৰ বাবে দাবী তুলিলে পাকিস্তানৰ লেখিকা ফাটিমা ভুট্টোৱে। ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে ফাটিমা ভুট্টোৰ এই মন্তব্যই চৰ্চা লাভ কৰিছে।

মাৰ্কিন সংবাদপত্ৰ দ্য নিউয়ৰ্ক টাইমছত লিখা এক নিবন্ধত পাকিস্তানৰ লেখিকাগৰাকীয়ে কয় যে পাকিস্তানে মুকলি কৰি দিব লাগে বন্দী পাইলট অভিনন্দন বৰ্ধমানক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close