অসমশীৰ্ষৰাষ্ট্ৰীয়

বিয়াৰ নিমন্ত্ৰণী পত্ৰত নৰেন্দ্ৰ মোডীৰ বাবে ভোট বিচৰা দৰাজন কোন?

প্ৰথম খবৰ ব্যুৰ’: অবিশ্বাস্য যেন লাগিলেও সঁচা৷ বিয়া 21 ফেব্ৰুৱাৰীত৷ দৰা কইনাই নিমন্ত্ৰণী পত্ৰত লিখিছে- 2019ৰ লোকসভা নিৰ্বাচনত মোডীক দিয়া ভোটেই আমাৰ উপহাৰ৷ ইংৰাজী ভাষাত ছপা কৰা নিমন্ত্ৰণী পত্ৰত লিখা হৈছে- Our gift is Your VOTE for Modi in 2019 Loksabha Election. আনকি, বিয়াত অন্য উপহাৰ নালাগে বুলিও কৈছে দৰাই৷ হায়দৰাবাদৰ দৰা য়ান্দে মুকেশ ৰাৱে এই কথাৰ বাবে কোনোবাই মোডী ভক্ত বুলি ক’লেও আপত্তি নাই বুলি কৈছে৷ বিগত বিধান সভা নিৰ্বাচনত তেলেংগানা ৰাষ্ট্ৰ সমিতিক ভোটদান কৰা ৰাৱে আনকি বিয়াৰ কাৰ্ডৰ একাষত ছপাইছে এপাহ পদুম ফুল৷ পেছাত তেলেংগানাৰ বিদ্যুৎ বিভাগৰ সহকাৰী অভিযন্তা ৰাওৰ এই বিয়াৰ কাৰ্ড এতিয়া দেশজুৰি চৰ্চিত৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close