অসমযুৱশীৰ্ষ

ভাৰতীয় খাদ্য নিগমত চাৰি হাজাৰ চাকৰি- আবেদন কৰিব নেকি

প্ৰথম খবৰ ব্যুৰ’:
নিবনুৱাৰ বাবে সুখবৰ৷ ভাৰতীয় খাদ্য নিগমত খালী হৈ থকা প্ৰায় চাৰি হাজাৰ পদ পূৰণৰ বাবে বিজ্ঞপ্তি জাৰী কৰিছে নিগমে৷ কনিষ্ঠ অভিযন্তা, ষ্টেনোগ্ৰাফাৰ, তৃতীয় বৰ্গৰ পদকে ধৰি 4103টা পদ পূৰণৰ বাবে নিগমৰ ৱেবছাইটত বিজ্ঞপ্তি প্ৰকাশ হৈছে৷ 23 ফেব্ৰুৱাৰীৰ পৰা আবেদনৰ সুবিধা প্ৰাপ্ত হ’বলগীয়া এই চাকৰিৰ বাবে দুটা পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ প্ৰথম পৰ্যায়ৰ এশ নম্বৰৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত পদ অনুসাৰে হ’ব পৰীক্ষা৷ পৰীক্ষাত বহাৰ বাবে শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্যৰ বাবে লগ অন কৰিব fci.gov.in ৱেবছাইটত৷

Related Articles

Leave a Reply

Close