অসমৰাজ্যৰ খবৰ

ওৰাঙত অসম বন্ধৰ প্ৰভাৱ

প্ৰথম খৱৰ, ওৰাংঃ আদিবাসী সকলক অতি শীঘ্ৰে জনজাতি প্ৰদান কৰাৰ দাবীত আদিবাসী ছাত্ৰ সন্থাই অাজি ৰাতি পুৱা৫ বজাৰ পৰা অাহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাৰ সীমান্তৱৰ্ত্তী ওৰাঙত ব্যাপক ভাৱে পৰা পৰিলক্ষিিত হৈছে। ওৰাঙৰ সাপ্তাহিক বজাৰৰ লগতে সকলো দোকান পোহাৰ ,বেংক,শিক্ষানোষ্ঠান, চৰকাৰী কাৰ্য্যলয় আৰু বেচৰকাৰী প্ৰতিষ্ঠান আদি সম্পূূূূৰ্ণ ৰূপে বন্ধ থাকে। ৰাতিপুৱা ভাগত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গাড়ী মটৰ চলাচল কৰিছিল যদিও একাংশ প্ৰতিবাদ কাৰী ৰাজপথলৈ ওলাই অহি যান বাহন চলাচলত বাধা দিয়াত ওৰাঙৰ পুৱ প্ৰান্তত ১৫ নং ৰাষ্ট্ৰীয় পথত গাড়ী মটৰ সমুহ আৱদ্ধ হৈ পৰে।

Related Articles

Leave a Reply

Close