অসমশীৰ্ষ

Breaking Now- তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰবীন দত্তৰ অভিনৱ উদ্ভাৱন

প্ৰথম খবৰ ব্যুৰ’:

তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰবীন কুমাৰ দত্তই অতি কম খৰচত( প্ৰতি লিটাৰত 0.05 টকাত) আৰ্ছেনিক, আইৰণ আতৰাব পৰা এক পদ্ধতি উদ্ভাৱন কৰিছে৷ এই কথা টুইটাৰযোগে সদৰী কৰিছে আৰ্ট অৱ লিভিঙৰ প্ৰতিষ্ঠাতা শ্ৰী শ্ৰী ৰবি শংকৰে৷ অধ্যাপক দত্ত হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ কেমিকেল ছায়েঞ্চ বিভাগৰ অধ্যাপক৷
Sri Sri Ravi Shankar Tweeted:
Prof. Robin Dutta from Tezpur University, Assam has invented a very cost effective (Rs. 0.05/lt) process to remove Arsenic & Iron from household water.
মাজুলীৰ এখন গাঁৱত ইতিমধ্যে অধ্যাপক ৰবীন কুমাৰ দত্তৰ উদ্ভাৱনী পদ্ধতিৰে সুফল লাভ কৰিছে গাঁওখনৰ বাসিন্দাই৷ দত্তই ইতিমধ্যে আৰ্ছিৰণ নিলগন নাম দিয়া এই উদ্ভাৱনক লৈ পেটেণ্ট নম্বৰ 280737 যোগে পেটেণ্ট লাভ কৰিছে৷

Related Articles

Leave a Reply

Close