অসমশীৰ্ষ

আপোনাৰ সমষ্টিত ভোটৰ তাৰিখ জানি লওঁক, ম’বাইলত দিয়ক Reminder, ভোট দিবই লাগিব

*তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰত ১১ এপ্ৰিলত ভোট৷

*কৰিমগঞ্জ, শিলচৰ, ডিফু, মঙলদৈ আৰু নগাঁৱত ১৮ এপ্ৰিলত ভোট৷

*ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীত ২৩ এপ্ৰিলত ভোট৷

আপুনি যিটো সমষ্টিৰ বাসিন্দা, ভোট দিবলৈ সাজু হওঁক নিৰ্ধাৰিত দিনত৷ আপোনাৰ ভোট মহা মূল্যবান৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close