অসম

আমিনগাঁওৰ জয়গুৰুত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

বিপুল ডেকা, প্ৰথম খবৰ, আমিনগাঁও: তীব্ৰবেগী বাছে মহতিয়ালে AS-01-BN-0762 পালচাৰ বাইকক । থিতাতে নিহত বাইক আৰোহী পুতল আলী। গুৰুতৰভাৱে আহত আনজনক সংকটজনক অৱস্থাত ভৰ্তি নাৰায়না হৃদয়ালয়ত।

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে আল্ট্ৰা বাছখন। হাজো দামপুৰৰ পৰা আমিনগাঁও নাৰায়না হৃদয়ালয়ত ভৰ্তি হৈ থকা খুলশালীৰ খবৰ ল’বলৈ আহিছিল পুতুল আলী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close