বিনোদনমহিলাযুৱশীৰ্ষ

ইণ্টাৰনেটৰ পৃথিৱী কঁপাইছে দুই যমজ ভগ্নীয়ে

প্ৰথম খবৰ: কাৰ্যতঃ ইণ্টাৰনেটৰ পৃথিৱী কঁপাই তুলিছে দুগৰাকী নেপালী ভগ্নীয়ে। প্ৰিন্সি আৰু প্ৰিজমা নামৰ এই দুগৰাকী নেপালী যমজ ভগ্নীৰ নৃত্য-গীতৰ ভিডিঅ’ আৰু ফটোৱে ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনতাক সন্মোহিত কৰি তুলিবলৈ সক্ষম হৈছে। দুয়োগৰাকী ভগ্নী ইনষ্টাগ্ৰামৰ মধ্যমণি হৈ পৰাও দেখা গৈছে। সমান্তৰালভাৱে টিকটকতো তেওঁলোকৰ ভিডিঅ’ এতিয়া ছুপাৰহিট। হিন্দী গানৰ তালে তালে তেওঁলোকৰ নৃত্য আৰু গীতৰ লহৰে চেলিব্ৰেটী কৰি তুলিছে দুয়োকে। হিন্দীৰ লগতে নেপালী গীততো কণ্ঠ নিগৰাইছে প্ৰিন্সি আৰু প্ৰিজমাই।

https://www.instagram.com/p/BuWLwHdn4Me/

https://www.instagram.com/p/BuYeWbmlY5D/

https://www.instagram.com/p/BuEQK1lgGlj/

https://www.instagram.com/p/BtgA6sQH9O_/

https://www.instagram.com/p/BsqDwK2nBLl/

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close