অসমশীৰ্ষ

কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈ ব্লেকমেইলিং!

# মঙলদৈত কংগ্ৰেছৰ প্ৰাৰ্থীত্বকলৈ ব্লেকমেইলিঙত নামিল কোচ ৰাজবংশী ।
# প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীক মঙলদৈ লোকসভা সমষ্টিৰ পৰা টিকট দিবলৈ দাবী ।
# অন্যথা কংগ্ৰেছৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ভাবুকি ।
# মঙলদৈ লোক সভা সমষ্টিত প্ৰায় চাৰি লক্ষাধিক কোচ ৰাজবংশী ভোটাৰ থকা বুলি উল্লেখ কৰে ।
# দৰকাৰ হলে নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰো ভাবুকি দৰং জিলা কোঁচ ৰাজবংশী সন্মিলনিৰ সভাপতি কানুৰাম শইকীয়াৰ ।
# মঙলদৈ চিলাৰায় ভৱনত অনুষ্ঠিত হোৱা সংবাদ মেলত ঘোষণা এইবিষয়ে ।
# লগতে ৰাজ্যৰ ১৪ টা সমষ্টিৰ অন্তত দুটা সমষ্টিত কোঁচ ৰাজবংশী লোকৰ প্ৰতিনিধিক টিকট দিয়াৰো দাবী উত্থাপন কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close