অসমশীৰ্ষ

গণেশগুৰিত সাংবাদিক চক্ৰপাণি পৰাশৰক ডেগাৰেৰে আক্ৰমণ

জিএনআৰচিত চিকিৎসাধীন আহত সাংবাদিকজন

নিউজ ডেস্ক, প্ৰথম খবৰ: গণেশগুৰিত সাংবাদিক চক্ৰপাণি পৰাশৰক আক্ৰমণ৷ ডেগাৰেৰে আক্ৰমণ কৰা সাংবাদিক চক্ৰপাণিক চিকিৎসালয়ত ভৰ্তি৷

News18 অসম/NEৰ সাংবাদিক চক্ৰপাণি পৰাশৰ৷ পুৱাৰ ভাগত ৰেষ্টুৰেণ্টত তৰ্ক হৈছিল চক্ৰপাণিৰ৷

তৰ্কৰ অজুহাতত দুৰ্বৃত্তৰ ডেগাৰেৰে আক্ৰমণ৷ সম্প্ৰতি জিএনআৰচিত চিকিৎসাধীন সাংবাদিকজন৷

Related Articles

Leave a Reply

Close