আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

বাণিজ্যিক অগ্ৰাধিকাৰৰ তালিকাত ভাৰতৰ নাম কাটিলে ট্ৰাম্পে

প্ৰথম খবৰ, ৱাশ্বিংটন: মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰত্যক্ষ নিৰ্দেশত দেশখনৰ বাণিজ্যিক অগ্ৰাধিকাৰৰ তালিকাৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব ভাৰতৰ নাম৷ এই কথা প্ৰকাশ কৰিছে দেশখনৰ বাণিজ্যিক প্ৰতিনিধি ৰবাৰ্ট লাইটাৰজাৰে৷ তেওঁ কয় যে, জেনেৰেলাইজড ছিষ্টেম প্ৰিফাৰেন্স, চমুকৈ জিএছপি ব্যৱস্থাত অন্তৰ্ভুক্ত হৈ থকা হিতাধিকাৰী উন্নয়নশীল দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈ থকা ভাৰতৰ নাম আঁতৰোৱা হ’ব৷ সমান্তৰালভাৱে তুৰস্কৰ নামো প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে ট্ৰাম্পৰ ফালৰ পৰা৷

Related Articles

Leave a Reply

Close