ৰাষ্ট্ৰীয়

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা

নিউজ ডেস্ক  প্ৰথম খবৰ: ভাৰতীয় জনতা পাৰ্টিয়ে আজি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰিলে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকা। এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ বাৰানসীৰ পৰা আৰু বিজেপি ৰ কেন্দ্ৰীয় সভাপতি অমিত শ্বাহে গুজৰাটৰ গান্ধী নগৰৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দীতাত নামিব | ইতিমধ্যে প্ৰকাশ পোৱা তালিকা অনুসৰি মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা নিতিন গাডকাৰী, পূব অৰুণাচলৰ পৰা কিৰণ ৰিজিজু . উত্তৰ প্ৰদেশৰ আমেঠিৰ পৰা স্মৃতি ইৰাণীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে।

Related Articles

Leave a Reply

Close