অসমশীৰ্ষ

বিজেপিৰ প্ৰথম তালিকাত অসমৰ কোন কোন?

নিউজ ডেস্ক, প্ৰথম খবৰ: বহু জল্পনা-কল্পনাৰ অন্তত ভাৰতীয় জনত পাৰ্টীয়ে মুকলি কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা।

নতুন দিল্লীত অনুষ্ঠিত হোৱা এক সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই ঘোষণা কৰে তালিকা।

অসমত কোনে কোনে পালে প্ৰাৰ্থিত্ব

যোৰহাট তপন গগৈ,

ডিব্ৰুগড় ৰামেশ্বৰ তেলী

গুৱাহাটীত কুইন ওজা,

কৰিমগঞ্জত কৃপানাথ মাল্লা,

ডিফুত হৰেনছিং বে’,

শিলচৰত ৰাজদ্বীপ ৰয়,

লখিমপুৰত প্ৰদান বৰুৱা,

মঙলদৈত দিলীপ শইকীয়া

Related Articles

Leave a Reply

Close