বিনোদনশীৰ্ষৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

মুকেশ আম্বানীৰ পুত্ৰ বিয়াৰ অভ্যৰ্থনা, আমিৰ-শ্বাহৰুখকে ধৰি ষ্টাৰৰ ভিৰ

প্ৰথম খবৰ ব্যুৰ’-
মুম্বাইত অনুষ্ঠিত হোৱা মুকেশ আম্বানীৰ পুত্ৰ আকাশ আম্বানী আৰু শ্লোক মেহতাৰ বিয়াৰ অভ্যৰ্থনাত ষ্টাৰৰ ভিৰ। শ্বাহৰুখ খানৰ সৈতে পত্নী গৌৰী খান, শচীন তেণ্ডুলকাৰৰ সৈতে অঞ্জলি তেণ্ডুলকাৰ, ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান বেন কী মুন আৰু প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰৰ লগতে বহু বিশিষ্টক দেখা গৈছে। ইয়াৰ মাজত আছে Raymond Groupৰ অধ্যক্ষ Gautam Singhania, GVK Powerৰ উপসভাপতি আৰু Mumbai Airportৰ পৰিচালন সঞ্চালক GV Sanjay Reddy, Arcelor Mittalৰ মুখ্য কাৰ্যবাহী বিষয়া Lakshmi Mittal, গুগল চিইঅ’ সুন্দৰ পিছাই আৰু পত্নী অঞ্জলি পিছাই, মহিন্দ্ৰা গ্ৰুপৰ চেয়াৰমেন আনন্দ মহিন্দ্ৰা আদিকে ধৰি বহু বিশিষ্ট উদ্যোগপতিও। উল্লেখ্য যে, মুম্বাইৰ জিঅ’ ৱল্ড চেণ্টাৰত আয়োজিত নৈশ ভোজ আৰু অভ্যৰ্থনাত ইতিমধ্যে উপস্থিত হৈছে মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানীও। Photo Courtesy- NDTV

Related Articles

Leave a Reply

Close