আন্তঃৰাষ্ট্ৰীয়সাহিত্য

মোৰ কোনো দেশ নাই, ভাল নাপাওঁ যুদ্ধ: তছলিমা নাছৰিন

নিউজ ডেস্ক, প্ৰথম খবৰ: মোৰ কোনো দেশ নাই। কোনো দেশকেই মই বেয়া নাপাওঁ। মই পৃথিৱীত বসবাস কৰা এজন মানুহ। এই মন্তব্য বাংলাদেশত নিষিদ্ধ ঘোষিত লেখিকা তছলিমা নাছৰিনৰ।

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা অস্থিৰতাৰ মাজতে টুইট যোগে এই মন্তব্য কৰে লেখিকাগৰাকীয়ে। টুইটটোত তেওঁ কয় যে, ঈশ্বৰ, লোভ, ধৰ্ম, চেঞ্চৰচিপ বা যুদ্ধৰ ওপৰতো তেওঁৰ বিশ্বাস নাই। ভাৰত আৰু পাকিস্তানৰ মাজত অস্থিৰতাক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলি থকাৰ সময়ত তাৎপৰ্য বহন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close