অসম

হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ উন্নয়ন শূন্য

তীৰ্থ শৰ্মা, প্ৰথম খবৰ, ডিমাকুছি: ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জালাৰ টংলাৰ নোনাই নৈৰ পৰা পথাৰৰ পানীৰ প্ৰায় ৫০ বছৰৰ পূৰ্বে বান্ধি অনা দোং প্ৰতিবছৰে বানে খহাই নিয়ে ফলত ২৫ খন গাঁৱৰ জনসাধাৰণে খেতিকৰাত বহুতো অসুবিধাৰ সন্মুখীন হয়৷ এনে অৱস্থাত মডেল বিটিচিৰ উন্নয়নৰ ওপৰত প্ৰশ্ন তুলিছে অঞ্চলবাসীয়ে।

ওদালগুৰি আৰু পানেৰী সমষ্টিৰ সো মাজেৰে বৈ গৈছে দোংটো৷

মন্ত্ৰী ৰিহন দৈমাৰী আৰু পানেৰীৰ বিধায়িকাই কোনো খবৰ নোলোৱাৰ অভিযোগ তুলিছে ৰাইজে৷

সেয়ে গাঁঠিৰ ধন খৰচ কৰি ৰাইজে এনে দৰে ওলাই আহিছে বান্ধ বন্ধিবলৈ।

Related Articles

Leave a Reply

Close