অসমশীৰ্ষ

ৰে’লৰ খুন্দাত নিহত যুৱ কংগ্ৰেছ কৰ্মী

প্ৰথম খবৰ, লামডিং: শুক্ৰবাৰে লামডিং আৰু বৰলংফা ৰে’ল ষ্টেচনৰ মাজত এক অঘটন সংঘটিত হয়। ৰে’ লৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয়।
মৃত যুৱক জন পূব লামডিঙৰ বিক্ৰম দাস বুলি চিনাক্ত কৰা হয়। মৃত যুৱক জনৰ পকেটৰ পৰা যুৱ কংগ্ৰেছৰ পৰিচয় পত্ৰ পোৱা যায়। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চৰকাৰী চিকিৎসালৱাত প্ৰেৰণ কৰে লামডিং ৰেল আৰক্ষীয়ে।

Related Articles

Leave a Reply

Close