অসম

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি :- ওদালগুৰি জিলাৰ ডিমাকুছিৰ বাইগুন বাৰী যুৱক গণেশ দাস ওদালগুৰি এক পথ দূৰ্ঘটনা সংঘটিত হয় । প্ৰাপ্ত তথ্য অনুসৰি ওদালগুৰি তামুলপুৰ সংযোগী পথত ওদালগুৰি অভিমুখে গৈ থকা চাৰি চকীয়া বাহনেৰে খুন্দীয়াই ফলত বাইক আৰোহী গণেশ দাস থিতাতে মৃত্যু হয় আনজন বিতু দে, নামৰ লোকজনক চিকিৎসালয় প্ৰেৰন কৰে ।

উল্লেখযোগ্য যে নৱ নিৰ্মিত ওদালগুৰি তামুলপুৰ সংযোগী পথত এতিয়া সঘনাই বৃদ্ধি হ’ব ধৰিছে ভয়াৱহ পথ দূৰ্ঘটনা ।

Related Articles

Leave a Reply

Close