বিনোদনৰাষ্ট্ৰীয়

অভিনেত্ৰীক অশালীন স্পৰ্শ প্ৰযোজক পৰিচালকৰ ! মুখ খুলিলে অভিনেত্ৰীয়ে!

প্ৰথম খবৰ বিনোদনঃ
প্ৰযোজক পৰিচালক বনী কাপুৰৰ সৈতে অভিনেত্ৰী উৰ্বশীৰ এক ভাইৰেল ভিডিঅ’ই আকৌ এবাৰ তোলপাৰ লগাইছে সমগ্ৰ দেশ। এইবাৰ অভিযোগ অভিনেত্ৰী উৰ্বশীক এখন বিয়াৰ অনুষ্ঠানত প্ৰযোজক পৰিচালক বনী কাপুৰে অশালীনভাৱে স্পৰ্শ কৰাৰ । এই অভিযোগক লৈয়ে বিভিন্ন মাধ্যমত বাতৰি বনী কাপুৰৰ বিৰুদ্ধে। আনকি, পাকিস্তানী সংবাদমাধ্যমেই বনী কাপুৰৰ বিৰুদ্ধে কুত্সা ৰটনা কৰি বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে বিষয়টোক লৈ মুখ খুলিছে অভিনেত্ৰী উৰ্বশীয়ে। উৰ্বশীয়ে টুইটাৰত কৈছে- মহিলাৰ বিৰুদ্ধে অসন্মানজনক এনে বাতৰি পৰিৱেশনৰ পূৰ্বে দুবাৰ ভাবিব লাগে। বনী কাপুৰৰ ক্লীনছিট দি টুইটাৰত টুইট দিয়া বলিউদৰ অভিনেত্ৰী উৰ্বশীয়ে এনে অশুভ বাৰ্তা বিয়পাই নিদিবলৈও আহ্বান জনাইছে সংবাদমাধ্যমক।

Related Articles

Leave a Reply

Close