বিনোদনশীৰ্ষ

ইণ্ডিয়াছ মোষ্ট ৱাণ্টেড অৰ্জুণ কাপুৰ!

নিউজ ডেস্ক, প্ৰথম খবৰ: মুকলি হ’ল অৰ্জুণ কাপুৰ অভিনীত চলচ্চিত্ৰ ইণ্ডিয়াছ মোষ্ট ৱাণ্টেডৰ ট্ৰেইলাৰ। ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতে দেখা গৈছে ব্যাপক সঁহাৰি। ৰাজকুমাৰ গুপ্তাই পৰিচালনা কৰা ছবিখন আছে এটা এটাও গুলী খৰচ নকৰাকৈ সন্ত্ৰাসবাদীক কৰায়ত্ব কৰাৰ কাহিনী। অহা ২৪ মে’ত ছবিঘৰলৈ আহিব ইণ্ডিয়াছ মোষ্ট ৱাণ্টেড

Related Articles

Leave a Reply

Close